ৰাহুল গান্ধীৰ সাংসদ পদ ঘূৰাই দিব লাগিব। উচ্চতম ন্যায়ালয়ৰ শুনানিৰ পূৰ্বে এক নাটকীয় মোৰ। ন্যায়ালয়ৰ সকীযনিৰ ভয়ত ওলোটাখৰ লোকসভা সচিবালয়ৰ।
সদস্যতা খাৰিজ হোৱা সাংসদক ঘূৰালে সদস্য পদ। লোকসভাৰ সচিবালয়ৰ এক সিদ্ধান্তত এই কথা স্পষ্ট হৈ পৰিছে, যে সচিবালয়ে ঘূৰাই দিব ৰাহুলৰ সাংসদ পদ। সচিবালয়ে খাৰিজ হোৱা সাংসদক পদ ঘূৰাই দিবলৈ বাধ্য।
একেদৰেই লোকসভাৰ অন্যায়ৰ বিৰুদ্ধে উত্থাপন কৰোঁতে পদ খাৰিজ হয় লাক্ষদ্বীপ সাংসদ মহম্মদ ফইজল। লোকসভাৰ অন্যায়ৰ বিৰুদ্ধে উত্থাপন কৰাৰ পৰিপ্ৰেক্ষিতত খাৰস্ত হয় কংগ্ৰেছৰ মূল সদস্য ৰাহুল গান্ধী।
Rate This Article
Thanks for reading: ৰাহুল গান্ধীৰ সাংসদ পদ ঘূৰাই দিব লাকসভা, Stay tune to get latest Blogging Tips.